একাউণ্ট কেন্দ্ৰৰ বিষয়ে

একাউণ্ট কেন্দ্ৰত থকা WhatsApp সকলোতে উপলব্ধ নহয়।

একাউণ্ট কেন্দ্ৰ হৈছে এনে এক ঠাই য’ত আপুনি আপোনাৰ সমূহ একাউণ্টত লগ ইন কৰাৰ দৰে সংযোজিত অভিজ্ঞতা পৰিচালনা কৰিব পাৰে আৰু আপোনাৰ সমূহ একাউণ্টত আপোনাৰ যোগাযোগৰ তথ্য, বিজ্ঞাপনৰ অগ্ৰাধিকাৰ আৰু পৰিশোধৰ দৰে একাউণ্ট ছেটিংছ সলনি কৰিব পাৰে। আপুনি Facebook, Instagram, WhatsApp আৰু Meta একাউণ্ট একেটা একাউণ্ট কেন্দ্ৰত যোগ কৰিব পাৰে।


আপুনি একেটা একাউণ্ট কেন্দ্ৰত একাউণ্টসমূহ যোগ কৰাৰ পাছত আমি সমূহ একাউণ্টত তথ্য ব্যৱহাৰ কৰিম, যাতে আমি ব্যক্তিগতকৰণ কৰা বিজ্ঞাপনৰ দৰে অধিক ব্যক্তিগতকৰণ কৰা অভিজ্ঞতা প্ৰদান কৰিব পাৰোঁ আৰু Facebook, Instagram আৰু Meta Horizon-ৰ দৰে Meta প্ৰযুক্তিত অনুসৰণ কৰাৰ বাবে একাউণ্টৰ পৰামৰ্শ দিব পাৰোঁ।

একাউণ্ট কেন্দ্ৰৰ জৰিয়তে আপোনাৰ Facebook, Instagram আৰু Meta একাউণ্ট কিদৰে মচিব বা সাময়িকভাৱে নিষ্ক্ৰিয় কৰিব পাৰি জানক।

আপুনি যদি আপোনাৰ একাউণ্টত লগ ইন কৰিব নোৱাৰে কি কৰিব লাগে জানক।

আপোনাৰ একাউণ্ট ছেটিংছ পৰিচালনা কৰক

আপোনাৰ সমূহ একাউণ্টত সংযোজিত অভিজ্ঞতাসমূহ পৰিচালনা কৰক

আপোনাৰ একাউণ্ট কেন্দ্ৰ পৰিচালনা কৰক